kids encyclopedia robot

Image: Sungapitha

Kids Encyclopedia Facts
Original image(3,072 × 2,304 pixels, file size: 2.55 MB, MIME type: image/jpeg)

Description: চুঙাপিঠা এবিধ সুস্বাদু পিঠা! বৰা চাউলৰ গুৰি, মিঠৈ বা গুৰ, নাৰিকল, কম পৰিমানৰ তিল আদি পানী বা গাখীৰেৰে মিহলাই বাঁহৰ চুঙাত ভৰাই জুইত সেকি এইবিধ পিঠা তৈয়াৰ কৰা হয়! জুইত সেকি থকাৰ সময়ত জুই ভালকৈ লাগিবলৈ কলগছ এজোপা কাটি পঠালিকৈ ওখ ঠাইত ৰাখি তাৰ গাত চুঙাকেইটা আওজাই দি তলৰ পৰা জুই দিয়া হয়! তাৰেই ফোটো এয়া!
Title: Sungapitha
Credit: Own work
Author: ধ্ৰুৱজ্যোতি শৰ্ম্মা
Usage Terms: Creative Commons Attribution-Share Alike 3.0
License: CC BY-SA 3.0
License Link: https://creativecommons.org/licenses/by-sa/3.0
Attribution Required?: Yes

The following page links to this image:

kids search engine